Republic Bharat ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আক্ৰমণ।
ৰিপাব্লিক ভাৰতৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আক্ৰমণ । মুম্বাইৰ ৰাজপথত নিশা ১ বজাত আক্ৰমণ কৰে সাংবাদিক গৰাকীক। নিশা কাৰ্য্যালয়ৰ পৰা ঘৰলৈ পত্নীৰ সৈতে আহি থাকোতে বাইকত অহা দুজন যুৱকে আক্ৰমণ কৰে সাংবাদিক অৰ্ণৱ গোস্বামীক। সাংবাদিক অৰ্ণৱ গোস্বামীয়ে জনোৱামতে তেওক আক্ৰমণ কৰা যুৱক কেইজন কংগ্ৰেছৰ লোক। ঘটনা সন্দৰ্ভত অৰ্ণৱ গোস্বামীয়ে মুম্বাইৰ এন এম জৌশী মাৰ্গ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে।
সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণৰ পিছতে এতিয়া ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত দূই হিন্দু সন্যাসীক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত অৰ্ণৱ গোস্বামীয়ে ছোনীয়া গান্ধী কিয় নিমাত আছে বুলি প্ৰশ্ন কৰিছিল আৰু ইয়াৰ কাৰনে তেওৰ ওপৰত কংগ্ৰেছৰ মানুহে আক্ৰমন কৰা বুলি কয়। ছচিয়েল মিডিয়াত অৰ্ণৱ গোস্বামীয়ে কয় যে তেও কেতিয়াও ছোনীয়া গান্ধীক ভয় নকৰে আৰু তেওৰ ওপৰত যিমান আক্ৰমণ কৰিলেও তেও হিন্দু সন্যাসীৰ ন্যায়ৰ বাবে যুজি যাব।
![]() |
Arnab goswami republic Bharat |

0 Comments