সাৱধান ! গুৱাহাটীত একেলগে ১৫ জন লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত। Covid 19 Assam, assamese news today.

সাৱধান ! গুৱাহাটীত একেলগে ১৫ জন লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত। Covid 19 Assam, assamese news today.

15 people covid 19 positive Guwahati, covid 19 Assam,

দেশত দিনক দিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ৰোগী। গুৱাহাটীত একেলগে ১৫ জন লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছ। অসমত এতিয়া কৰ'ণা ৰোগীৰ সংখ্যা ৭৯ লৈ বৃদ্ধি। গুৱাহাটীৰ ফাচি বজাৰৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী মাংগু সাহানীৰ সংস্পৰ্শলৈ আহিছিল এই  নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিকেইজন। গতিকে সাৱধান হ‌ওক গুৱাহাটীবাসী ৰাইজ।

Post a Comment

0 Comments