চছিয়েল মিডিয়াত ভাইৰেল হল গছৰ পাতে পাতে আল্লাহৰ নাম । প্ৰকৃত সত্য কি ? Social media viral whitefly images in assam

চছিয়েল মিডিয়াত ভাইৰেল হল গছৰ পাতে পাতে আল্লাহৰ নাম । প্ৰকৃত সত্য কি ?

Whitefly images 2019

ৰাতিটোৰ ভিতৰতে চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল গছৰ পাতে পাতে আল্লাহৰ নাম। একাংশৰ মতে এয়া আল্লাহৰ নাম আৰু একাংশৰ মতে এয়া প্ৰাকৃতিক দুৰ্যোগ।

প্ৰকৃত সত্য কি আৰু ইয়াৰ উপায় ?

আচলতে গছৰ পাতত এয়া কোনো ধৰনৰ আল্লাহৰ নাম ওলোৱা নাই অন্ধবিশ্বাসৰ কবলত এতিয়াও বহু মানুহ। গছৰ পাতত এইবোৰ বগা মাখিৰ (whitefly) কনি হে মাথোঁ। Google ত whitefly search কৰি চালেও সকলো জানিব পাৰিব।

Whitefly ytmixture news images

নাৰিকল, তামোল-পাণ,কল গছ আদিকে ধৰি সকলো গছতে এই বগা মাখিয়ে কনি পাৰে আৰু ইয়াৰ ফলত গছজোপাৰ ক্ষতিসাধন হয়। ইয়াৰ পৰা ৰক্ষা পাবলৈ কিটনাশক দ্ৰব্য ব্যৱহাৰ কৰি বা কম পৰিমিনে নিমখ পানী চতিয়াই বগা মাখিৰ পৰা পৰিত্ৰান পাৱ পাৰি।

Post a Comment

0 Comments