ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হল কৰিমগঞ্জৰ এজন লোক । assamese news karimganj : islam uddin arrested .

ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হল কৰিমগঞ্জৰ এজন লোক । assamese news karimganj : islam uddin arrested .

Karimganj news, Islam uddin arrested, social media controversial post, assamese news karimganj,
Islam uddin arrested pic by facebook

ছচিয়েল মিডিয়া ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হল কৰিমগঞ্জৰ এজন লোক। লোকজনৰ নাম ইছলাম উদ্দিন । লোকজনৰ ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জত।


ইছলাম উদ্দিন নামৰ লোকজনে ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি লিখিছে যে অসমৰ সকলো মুছলমান একগোট হৈ মহাৰাষ্ট্ৰৰ দৰে হিন্দুসকলক হত্যা কৰিব লাগে আৰু এয়া আল্লাহৰ আদেশ। হিন্দু সকলক হত্যা কৰি হিন্দু ছোৱালীক বিয়া কৰায় মুছলমান ধৰ্মলৈ পৰিৱৰ্তন কৰাব লাগে বুলি মন্তব্য কৰিছিল ইছলাম উদ্দিন নামৰ লোকজনে।

বিশ্ব হিন্দু পৰিষদ, বজৰংগ  দল আৰু কেইবাটাও সংগঠনৰ গোচৰৰ ভিত্তিত ধৃত লোকজনক কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

Post a Comment

0 Comments