গুগলত জুবিন গাৰ্গৰ পিছত এইবাৰ টাৰ্গেট কৰি লৈছে সাংবাদিক অৰ্ণৱ গোস্বামীক। News anchor Arnab goswami Google account hack, assamese news.
গুগলত ৰিপাব্লিক ভাৰতৰ ( Republic Bharat ) মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক টাৰ্গেট দুষ্ট চক্ৰৰ। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পিছত এইবাৰ টাৰ্গেট কৰি লৈছে অসম সন্তান অৰ্ণৱ গোস্বামীক। গুগলত Chutiya news anchor বলি অনুসন্ধান কৰিলে আহে সাংবাদিক অৰ্ণৱ গোস্বামীৰ নাম আৰু ফটো। সাংবাদিক অৰ্ণৱ গোস্বামীক বদনাম কৰিবলৈ এই কাৰ্য দুষ্ট চক্ৰৰ।
কণ্ঠশিল্পী জুবিন গাৰ্গৰ সম্পূৰ্ণ নামটো ( zubeen garg full name) গুগলত অনুসন্ধান কৰিলেও আহে এজন মুছলমান লোকৰ নাম। অসম সন্তান জুবিন গাৰ্গ আৰু অৰ্ণৱ গোস্বামীক কিয় আৰু কোনে এনেধৰনে টাৰ্গেট কৰি লৈছে সম্পূৰ্ণ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।
আৰু পঢ়ক
হেকাৰে গুগলত সলাই পেলালে জুবিন গাৰ্গৰ নাম।
![]() |
Arnab goswami Google account hack |
গুগলত ৰিপাব্লিক ভাৰতৰ ( Republic Bharat ) মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক টাৰ্গেট দুষ্ট চক্ৰৰ। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পিছত এইবাৰ টাৰ্গেট কৰি লৈছে অসম সন্তান অৰ্ণৱ গোস্বামীক। গুগলত Chutiya news anchor বলি অনুসন্ধান কৰিলে আহে সাংবাদিক অৰ্ণৱ গোস্বামীৰ নাম আৰু ফটো। সাংবাদিক অৰ্ণৱ গোস্বামীক বদনাম কৰিবলৈ এই কাৰ্য দুষ্ট চক্ৰৰ।
![]() |
Zubeen garg Google account hack |
কণ্ঠশিল্পী জুবিন গাৰ্গৰ সম্পূৰ্ণ নামটো ( zubeen garg full name) গুগলত অনুসন্ধান কৰিলেও আহে এজন মুছলমান লোকৰ নাম। অসম সন্তান জুবিন গাৰ্গ আৰু অৰ্ণৱ গোস্বামীক কিয় আৰু কোনে এনেধৰনে টাৰ্গেট কৰি লৈছে সম্পূৰ্ণ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।
আৰু পঢ়ক
হেকাৰে গুগলত সলাই পেলালে জুবিন গাৰ্গৰ নাম।
1 Comments
Arnab goswami hoxake chutiya hei karone ahixe
ReplyDelete